তুমি ধুকা খাই কষ্টত আছা নেকি…………………?
তুমি ধুকা খাই কষ্টত আছা নেকি…………………?
খুবেই কষ্ট হয় নেকি ?লিখা-পঢ়া
এৰি দিছা নেকি ?মনটো বেয়া হৈ থাকে নেকি ?
তুমি তুমাৰ জীবনটোকলৈ বৰিং নেকি ?খুবেই হতাশাগ্রস্থত
ভুগি আছা নেকি তুমি ?দেহাটোক তিলে তিলে শেষ কৰি আছা নেকি ?
তুমাৰ উত্তৰ যদি ‘হয় ,হয় তেতিয়া
তুমাক কৈ আছো …………..
তুমি লৰাই হোৱ বা ছোৱালীয়েই হোৱা
……….ভন্ডালি নকৰিবা । কি পাইছা কি ? জীবনটোক কি দুই এক টকাৰ নোট ভাবিছা নেকি !!!তুমি
কি জানা তুমি কিমান প্রিয় তুমাৰ মা-দেউতাকৰ ওচৰত ? তুমি কি জানা এটা সন্তান জন্ম হোৱাৰ
কাৰনে মায়ে কিমান দুষ সয্য কৰিব লাগে ।
কিয় তুমি ইমান অবুজ ? যিজন গৈছে
সিতো গৈছেই ! সি গৈছে আৰু এজন আহিব , ইমান ভাবিব লগাৰ কি আছে ? তুমি কি লাইলী-মজনু,শিৰি-ফৰহাদৰ
যুগত জন্ম হৈছা !তুমি ডিজিটেল যুগত জন্ম হৈছা এই যুগত আহি যদি এনে ভুকামি কৰা তেতিয়াতো
পাগলামীৰ বাহিৰত একো নহয় এইটো । এই যুগত প্রেমৰ সূখৰ আয়ুহ দুই-এক ছেকেন্ড । এইটো এই
যুগত জীয়াই থকাৰ মূল মন্ত্ৰ । ঠিক আছে তুমি যদি মৰি যোৱা তেতিয়া তুমাক এৰি দিয়াজনে
দুৰৰ পৰা কব বাব্বা বাছি গৈছো অলপৰ কাৰনে । আৰু যদি তুমি ডাঙৰ মানুহ হোৱা , তেতিয়া
তুমি ছাবা সি দুৰৰ পৰা আফছোছহে কৰিব । ওফ কিয় যে তাক এৰি আহিলো !!! ………………….
কিবা কৰি দেখোৱা ………………লাইফটো
তুমাৰ ………………….নিজৰ দৰে বনাই আগূৱাই যোৱা …………
ভাল লাগিলে নিশ্চয় কমেন্ট কৰিবা
।