গল্পটো পঢ়ক চকুলো আহিব………….
গল্পটো পঢ়ক চকুলো আহিব…………..
কলেজত পঢ়া লৰা এটাই কলেজৰে ধনী
এজনী ছোৱালীক চিঠি দিলে । ছোৱালীজনী খুবেই অসংকাৰী আছিল ।
চিঠি দিয়া মাত্ৰই ছোৱালীজনীয়ে
লৰাজনক জুতাৰে পিটিলে আৰু প্রিন্সিপাল ও তাৰ দেউতাকক কথাটো জনালে । প্রিন্সিপালে লৰাজনক
অপমান কৰি কলেজৰ পৰা বাহিৰ কৰি দিলে । ছোৱালীজনীৰ বাপেকে কলেজৰে অংশীদাৰ আছিল। ছোৱালীজনীৰ
দেউতাকে লৰাজনক পুলিচৰ হাতত গতাই দিলে । লৰাজন খুবেই দুখীয়া আছিল তাক থানাৰ পৰা লোৱাৰ
কাৰনে কোনেও অহা নাছিল । অকল সৰু ভাই আহিছিল দেখাৰ কাৰনে । অতি বিছি অত্যাচাৰ কৰিলে
পুলিচে ,মাৰিলেও । পিছে এক সপ্তা পিছত এৰি দিলে আধমৰা অৱস্থাত । কলেজ , ঘৰৰ ওচৰৰ সকলো
মানুহেই অপমান কৰিব লাগিল । পিছৰ দিনা পোৱাত কলেজৰ ডাঙৰ বিল্ডিঙটোৰ তলত লৰাজনৰ মৃত
দেহ বিচাৰি পোৱা গল । লৰাজনে কষ্ট সয্য কৰিব নোৱাৰি আত্মহত্যা কৰিলে শেষত । সৰু ভাই
আছিল তাৰ কলিজাৰ টোকোৰা ! সি যেতিয়া জানিব পাৰি সিয় কষ্ট সয্য কৰিব নোৱাৰী মৰি গল ।
এই দুটা লৰাৰ কি সচাকৈয়ে দুষ আছিল নেকি????
ছোৱালীজনীয়ে কিছুদিন পিছত চিঠিখান
খুলি পঢ়িবলৈ ধৰিলে আৰু চকলো বৈ আহিল তেতিয়া ।খুব বেছি কান্দিলে ছোৱালীজনীয়ে ।কিয় ?????????????????????
চাঠিটো:-
মোৰ প্রিয় ক্লাছ ম্যাট মই দুখীয়া
ঘৰৰ লৰা এইটো আপুনি জানেই । মোৰ মাৰ ইচ্ছা আছিল কাৰনে মোক কলেজত ভৰ্তি কৰাইছিল । কাৰন
মই যেন শিক্ষিত হব পাৰো , বেলেকক যেন মোৰ শিক্ষাত শিক্ষিত কৰিব পাৰো । কিন্তু মোৰ মা
অলপকেইদিন আগতে ঢুকাল । এতিয়া মই নিজৰ খৰচ চলাব নোৱাৰা হৈছো । পৰীক্ষাৰ ফিচ কিহেদি
দিম ভাবি পোৱা নাই । মোৰ ভাইকলৈ দুখতে আছো । আপোনাৰ ওচৰত এটা অনুৰোধ ৰাখিম যদি আপোনি
মোৰ ফিচ দিয়ে বা দেউতাকক কৈ ফিচ মাফ কৰাত সাহায্য কৰিব । মই পঢ়াত ভাল যদি কয় আপোনাক
পঢ়াব পাৰিম আৰু নহলে কাম কৰি শূদ কৰি দিম । আপোনাৰ এই উপকাৰ গোটেই জীবনত মনত ৰাখিম
। মুখেৰে কব নোৱাৰিম বুলি চিঠি দিলো ।
ভাল থাকিব , সুখত থাকিব ,আশা
কৰো এই চিঠিটোৰ বিনিময়ত লৰাজনৰ জীবনৰ চৰম শিক্ষা হৈ গল ।