আহক আজিৰ পৰা সংকল্প লও ………..
আমি কেতিয়াও দুখীয়া মানুহক সহায় কৰিব নোৱাৰিলেও
অন্তত তেওৰ আগত ধন সোন অযথা টকা পইচাৰ বিষয়ে আলোচনা নকৰো ।
আমি কেতিয়াও কোনো অসূস্থ মানুহক এটি মৰম সনা মাতেৰে
শান্তি দিব নোৱাৰিলেও অন্তত তেখেতৰ লগত স্বাস্থকলৈ ফিতাহি নামাৰো ।
আমি কেতিয়াও কোনো ভুকাতুৰ লোকক এটা ৰুটি বা এমুঠি
অন্য দিব নোৱাৰিলেও অন্তত তেখেতৰ আগত ভিবিন্ন খাদ্য বস্তুকলৈ আলোচনা নকৰো ।
আমি কেতিয়াও কোনো দুৰ্বল মানুহৰ হৈ কাম কৰিব নোৱাৰিলেও
অন্তত তেখেতৰ আগত ক্ষমতাৰ কথা দাঙি নধৰো ।
আমি কোনো অনাথ লোকক আকোৱালী লবলৈ অসমৰ্থ হলেও অনাথৰ
আগত কেতিয়াও পৰিয়ালৰ বিষয়ে আলোচনা কৰি নুফুৰো ।
কাৰন এনে কৰিলে এনে লোকৰ হিয়া মন অধিক ভাঙি পৰে
। মনৰ শান্তি নোহোৱা হয় । সমাজৰ অবহেলিত এই সকল মানুহৰ সৈতে আমি যদি পাৰো মাথো কিছু
সময় কটালে বা সামান্য সহায়ৰ হাত আগবঢ়ালে ;এই সকলে স্বৰ্গ সূখ অনুভব কৰিব লগতে আমিও
মনত লাভ কৰিম অনাবিল আনন্দ । নহয় জানো ??????