BLOG POSTS

HOW TO GET A FACEBOOK ID CARD

বহুতেই আছে যে FACEBOOK ID CARD টকা দি বনায় এতিয়াৰ পৰা আৰু টকা দি বনাব নালাগে এতিয়া একেবাৰে ফ্রি বনাব পাৰিব ১০০%...........
ভোটাৰ কাৰ্ড , প্যান কাৰ্ড,এতিয়া আকৌ আদাৰ কাৰ্ড । তেনেহলে গোটেই দিন যে FACEBOOK ত
গোল গোল কৰি থাকে তাৰ আই কাৰ্ড কিয় নবনাব । আজি আপোনালোকক খোবেই সহজ পদ্দতিত বনাব পৰা ৰাস্তা দেখাই দিম । কি কয় আপুনি ??????????
কি,কেনেকৈ বনাব লাগে নাজানে ?
নাজানিলেও চিন্তা নাই Assames love 24.com আছে নহয় ।জাক্কাছ এটা facebook id card বনাই লৈ যাওক । তেনেহলে এইবাৰ কাম আৰম্ভ কৰা যায় click here .................এইবাৰ ….




এতিয়া আপোনাৰ মোবাইলত যদি facebook login কৰা থাকে তেনেহলে login কৰিব নালাগে ।  বাছ Generate id  ত ক্লিক কৰক । হৈ গল আপোনাৰ facebook id এতিয়া তলত download ত ক্লিক কৰক । waitin for your comment……..coming soon a jakkas tips….
Powered by Blogger.
HTML